বিরোধী দলপতি দেবব্রত সাইকি যার প্রতিক্রিয়া

আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মোৰ স্থিতি আৰু প্ৰতিক্ৰিয়া ৰাইজৰ জ্ঞাতাৰ্থে স্পষ্ট কৰোঁ। 


আমি সদায় বিশ্বাস কৰোঁ যে গণতন্ত্ৰত ৰাইজেই জনাৰ্দন আৰু ৰাইজেই শেষ কথা। শাসকীয় পক্ষৰ ভিত্তিহীন অভিযোগ, আক্ৰমণাত্মক স্থিতি অথবা গদ্দাৰ আৰু চিপৰাংৰ ৰাজনীতিয়ে অসমৰ সচেতন ৰাইজক কেতিয়াও বিভ্ৰান্ত কৰিব নোৱাৰে। আনহাতে, জ্যেষ্ঠ নেতা শ্ৰীযুত পৱন খেড়া ডাঙৰীয়াই যিসমূহ গুৰুত্বপূৰ্ণ তথ্য ৰাইজৰ সন্মুখলৈ আনিছে, সেয়া অত্যন্ত চিন্তনীয় আৰু ৰাইজে ইয়াৰ প্ৰকৃত সত্য অনুধাৱন কৰা উচিত।


অনাগত নিৰ্বাচনী ফলাফল আৰু এখন সুস্থিৰ, জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নতুন চৰকাৰ গঠনৰ দিশত আমি যথেষ্ট আশাবাদী। আমাৰ যাত্ৰা সত্য আৰু ন্যায়ৰ যাত্ৰা।


জয় আই অসম।


#DebabrataSaikia #AssamPolitics #Assam #INC #IndianNationalCongress #AssamNews #PawanKhera #CongressAssam #LeaderOfOpposition #AssamElections #VoiceOfAssam #Guwahati #PoliticalUpdatesAssam

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর