অসমে শিলাদিত্য দেব কে মন্ত্রী পদে বসানো দাবি

অসমত সৰ্বমুঠ 60 লক্ষাধিক সনাতনী হিন্দু বাঙালি আছে তাৰ ভিতৰত 45 লক্ষাধিক বাঙালি হিন্দু ব্রহ্মপুত্র উপত্যকাত আৰু বৰাক উপত্যকাত 15 লক্ষাধিক বাঙালি হিন্দু বসবাস কৰে| (বৰাক ও ব্ৰহ্মপুত্ৰ উপত্যকা মিলি 60 লাখ ) ইয়াৰ অধিকাংশই (প্ৰায় ৯০%) সনাতনী হিন্দু বাঙালিয়ে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী সকলক হিয়া উজাৰি ভোটদান কৰাৰ ফলত অসমত দ্বিতীয় বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। সেই বাবে ব্রহ্মপুত্র উপত্যকাৰ পৰা এজন আৰু বৰাক উপত্যকাৰ পৰা এজন সৰ্বমুঠ দুজন বাঙালি হিন্দু বিধায়কক অসম মন্ত্ৰীসভাত স্হান‌ দিব লাগে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ হোজাইৰ সমষ্টিৰ বিধায়ক শিলাদিত্য দেবক মন্ত্রী হিসাবে চাব বিচাৰো। এয়াই আমাৰ দাবী জনাইছো বাঙালি পৰিষদ অসম তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ
সঞ্জয় দাস
সাধাৰণ সম্পাদক ( প্ৰশাসনিক)
বাঙালি পৰিষদ অসম।
তিনিচুকীয়া জিলা।

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর