অসমীয়া প্রতিদিন প্রাক্তন সম্পাদক নিত্য বরা প্রয়াত
প্রদীপ বর্মন, গুয়াহাটি ,সংবাদদাতা
বিশিষ্ট নিবন্ধকাৰ, বুদ্ধিজীৱী, তথা অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সম্পাদক নিত্য বৰাদেৱে আজি বিয়লি প্ৰায় ২-২০ বজাত সকলোকে শোকহত কৰি যোৰহাটৰ এখন চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰাত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছো। সুস্থ সমাজ গঠনত অহোপুৰুষাৰ্থ কৰা এইগৰাকী বিশিষ্ট বুদ্ধিজীৱীৰ বিয়োগত ৰাজ্যখনৰ সংবাদ আৰু সাহিত্য ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি হ'ল। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।
মধুসূদন মেধি, সভাপতি
অঞ্জন কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক
অসম বাৰ্তাজীৱী সংঘ।
Comments
Post a Comment