কিঞ্চিৎ গ্রন্থ উপহার অভিযান

*FOURTH PHASE: কিঞ্চিৎ গ্ৰন্থ উপহাৰ অভিযান* ( ১ জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ, ২০২৬ ইং) 
--------------------------------
প্ৰথম, দ্বিতীয় আৰু তৃতীয় অভিযানৰ সফল ৰূপায়ণৰ ফলশ্ৰুতিত অগণন সাহিত্য - সাংস্কৃতিক- আৰু বৌদ্ধিক সমাজৰ পৰা অপুৰণীয় প্ৰশংসা,আশীৰ্বাদ, শুভেচ্ছায় অনুপ্ৰাণিত হৈ আকৌ চতুৰ্থ পৰ্যায়ত '' কিঞ্চিৎ -২০২৫ " গ্ৰন্থৰ সৌজন্য মূলক  সংখ্যা অবশিষ্ট কিছু পুৰোধা ব্যক্তিসকলক  উপহাৰ দিয়াৰ  সিদ্ধান্ত লোৱা হৈছে।

এই মহৎ উদেশ্য সৰোগত কৰি আজি  *গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ  অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰতিষ্ঠিত বিশিষ্ট লেখক, Sailenjit Sarma* ছাৰক কিঞ্চিৎ গোষ্ঠীৰ বৰপেটা ৰোড, আৰণ্যকত থকা স্থায়ী কাৰ্যলয়ত  সন্মানীয় শ্ৰীযুত হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াই  (*আজীৱন কিঞ্চিৎ শুভাকাংক্ষী*) এখন ফুলাম গামোচাৰে শৰ্মা ছাৰক  সম্বৰ্ধনা জ্ঞাপন কৰে।  

এই চেগতে... ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা বিশেষ বহুভাষিক গ্ৰন্থ "*কিঞ্চিৎ ২০২৫*"  সংখ্যা এটি মই উপহাৰ দিলোঁ ।


(  ডা:মানিক লাল ভৌমিক) 
    প্ৰধান সেৱক
     "*কিঞ্চিৎ*'   
    বৰপেটাৰোড
তাৰিখ: ১২এপ্ৰিল, ২০২৬ ইং

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর