বিজেপি প্রতিনিধি দল দিস পুর প্রেস ক্লাবের মেম্বারদের সঙ্গে আলোচনা বসেন

ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়ক  Dewan Dhruba Jyoti Maral  ডাঙৰীয়াৰ নেতৃত্বত এটা সজাতি দলে “সংবাদ মাধ্যম সম্পৰ্ক ’’ অভিযানৰ অংশ হিচাপে আজি দিছপুৰ প্ৰেছ ক্লাৱৰ সন্মানীয় সভাপতি Kunja Mohan Ray  ডাঙৰীয়াৰ সৈতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰোঁ । এই আলোচনাত দিছপুৰ প্ৰেছ ক্লাৱৰ সমস্যা , সাংবাদিক সকলৰ অভাৱ অভিযোগ আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর