পেট্রোল ইথান ল মেলানো অভিযোগ দেবব্রত সৈকিয়া
কেন্দ্ৰীয় চৰকাৰে পেট্ৰলত ২০% ইথানল মিশ্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা প্ৰদূষণ কমিব আৰু পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস হ'ব বুলি যুক্তি দিছিল যদিও প্ৰকৃতাৰ্থত তেওঁলোকে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰক লাভম্বিত কৰিবলৈ এই পদক্ষেপ লৈছে। কিয়নো নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰৰ ইথানল কোম্পানীয়ে এবছৰত ৫০০ কোটিৰ অধিক টকা লাভ কৰিছে। ইথানল মিশ্ৰণৰ ফলত গাড়ীৰ যান্ত্ৰিক বিজুটি ঘটিব। ফলত সোনকালে গাড়ী বেয়া পৰিব। এই বিষয়ৰ সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া:- দেৱব্ৰত শইকীয়া, দলপতি- অসম কংগ্ৰেছ বিধায়িনী দল।
Comments
Post a Comment