অসমের মুখ্যমন্ত্রী অসমের পরিস্থিতিকে অগ্নিগর্ভ করে তুলছেন অভিযোগ দেবব্রত সাইকিয়ার

মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যই নিশ্চিতভাৱে প্ৰকাশ পাইছে যে তেওঁ অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো বিচাৰে। অসমৰ জনসাধাৰণৰ হাতত মৰণাস্ত্ৰ তুলি দিয়াটো দুৰ্ভাগ্যজনক। অসমৰ কাষতে থকা অৰুণাচল প্ৰদেশে চীন দেশৰ সীমাত আছে যদিও তাতো জনসাধাৰণক মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা নাই। এই সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়াঃ- দেৱব্ৰত শইকীয়া, দলপতি- কংগ্ৰেছ বিধায়িনী দল।

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর