উচ্ছেদ নিয়ে বিরোধী দলপতি দেবব্রত সাইকিয়া অভিমত
উচ্ছেদ,চৰকাৰ, বিজেপি আৰু বাংলাদেশৰী সন্দৰ্ভত মোৰ কিছু প্ৰতিক্ৰিয়াঃ- অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পিছত অহা সকলো বিদেশী। এতিয়া চৰকাৰে উচ্ছেদ কৰিছে বিদেশী বুলি। আকৌ সমান্তৰালকৈ উচ্ছেদিত পৰিয়াল সমূহক ৫০ হাজাৰকৈ টকাও দিছে! এইটো আকৌ কেনে কথা? এফালে বিদেশী বুলি উচ্ছেদ আৰু আনফালে ৫০ হাজাৰ টকাকৈ সাহায্য? যদি বিদেশী তেন্তে DETENTION CENTER ত ৰাখি উপযুক্ত পদ্ধতিৰে বিতাৰণৰ ব্যৱস্থা কৰক। দেব্ৰবত শইকীয়া।
Comments
Post a Comment